পুনৰআলোচনা (Revision) – Seba Class 9 Maths Solutions
অনুশীলনী – R-1
1. বর্গমূলৰ দ্বাৰা √2ৰ আনুমানিক মান দুই দশমিক স্থানলৈ উলিওৱা ৷
সমাধান :-

2. দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়৷
সমাধান :- 2 + √3 আৰু 2 – √3 হ’ল দুটা অপৰিমেয় সংখ্যা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়৷
3. সংখ্যাৰেখাৰ সহায়ত –5 আৰু 5 অৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা।
4. সূচক বিধি am ÷ an = am-n অত m = n লৈ প্ৰমাণ কৰা যে a0= 1