বাস্তৱ সংখ্যা – দশম শ্ৰেণী | Real Numbers | Class 10 Mathematics Seba Notes
ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ গণিতৰ অধ্যায় – 1 : বাস্তৱ সংখ্যা (Real Numbers) পাঠটোৰ অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে।
অনুশীলনী 1.2 | view notes |
অনুশীলনী 1.3 | view notes |
অনুশীলনী 1.4 | view notes |
অনুশীলনী 1.2
4) দিয়া আছে গ.সা.উ. (306,657) = 9। ল.সা.গু. (306,657) উলিওৱা।
সমাধান :-

5) পৰীক্ষা কৰা, কোনোবা স্বাভাৱিক সংখ্যা n অৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকেৰে শেষ হ’ব পাৰেনে নাই।
সমাধান :-

6) 7 × 11 × 13 + 13 আৰু 7 × 6 × 5 × 4 × 3 × 2 × 1 + 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা, ব্যাখ্যা কৰা।
সমাধান :-

7) এখন খেল পথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেল পথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 18 মিনিট লাগে, য’ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে। কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব?
সমাধান :-

8) i) এটা ৰেজিমেন্টত থকা সৈনিকৰে 15, 20 বা 25 জনলৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেন্টটোত অতি কমেও কিমানজন সৈনিক আছে?
সমাধান :-

8) ii) এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টাদুটা পুণৰ একেলগে বাজিব?
সমাধান :-

8) iii) এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে “অসম সংগীত”টো বজায়। আন এটা কেন্দ্ৰই একেটা সংগীত প্রতি তিনি দিনৰ মূৰে মূৰে বজায়। 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্রই একেটা দিনত সংগীতটো বজাব?
সমাধান :-

অনুশীলনী 1.3
Q. দেখুওৱা যে √2 অপৰিমেয়।
সমাধান :-

1) দেখুওৱা যে √5 অপৰিমেয়।


2) দেখুওৱা যে 3 + 2√5 অপৰিমেয়।
সমাধান :-

3) দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় :
(i) 1/√2
(ii) 7√5
(iii) 6+√2
সমাধান :-



অনুশীলনী 1.4
1. দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত (সাবধি) নাইবা কোনবোৰৰ নিৰবধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বর্ণনা কৰা :

2.
