প্ৰাকৃতিক সম্পদ | অধ্যায় – 14 | বিজ্ঞান – নৱম শ্ৰেণী
| |

প্ৰাকৃতিক সম্পদ | অধ্যায় – 14 | বিজ্ঞান – নৱম শ্ৰেণী

প্ৰশ্নাৱলী, Page No- 193

1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্রহৰবায়ুমণ্ডলৰ মাজত পার্থক্য কেনে ধৰণৰ ?

উত্তৰ :- আমাৰ পৃথিৱীৰ বায়ুমণ্ডল  বায়ুৰ উপাদানৰ ক্ষেত্ৰত শুক্ৰ আৰু মংগল গ্রহৰ বায়ুমণ্ডলৰ পৰা পৃথক ৷ পৃথিৱীৰ বায়ুত নাইট্ৰ’জেন, অক্সিজেন, কম পৰিমাণৰ কাৰ্বনডাই অক্সাইড আৰু জলীয় বাষ্প মিহলি হৈ থাকে কিন্তু শুক্ৰ আৰু মংগল গ্রহৰ বায়ুমণ্ডলত বহুত বেছি পৰিমাণৰ কাৰ্বনডাই অক্সাইড গেছ থাকে যাৰ বাবে তাত জীৱ থকাটো সম্ভৱ নহয় ৷

2. বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কামকৰে ?

উত্তৰ :- বায়ুমণ্ডলে পৃথিৱীক বিভিন্ন ধৰণে ৰক্ষণাবেক্ষণ দিয়ে। বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছৰ সংমিশ্রণ থাকে। এই সংমিশ্রণৰ অ’জন নামৰ গেছে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি শােষণ কৰে। বায়ুমণ্ডলে পৃথিৱীৰ উষ্ণতা স্থিৰে ৰখাত সহয় কৰে। সেইবাবে কোৱা হয় যে, বায়ুমণ্ডলে এখন কম্বলৰ দৰে কাম কৰে।

3. বতাহ কিহে সৃষ্টি কৰে?

উত্তৰ :-

4. ডাৱৰ কেনেকৈ সৃষ্টি হয়?

উত্তৰ :-

5. বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটাকাৰ্যকলাপৰ তালিকা প্রস্তুত কৰা ।

উত্তৰ :-

প্ৰশ্নাৱলী, Page No- 193

1. জীবসমূহক পানীৰ কিয় প্ৰয়োজন  হয় ?

উত্তৰ :-

3. কি কি কাৰ্যকলাপৰ  বাবে পানী  প্রদূষণ হ‘ব পাৰে?

উত্তৰ :-

প্ৰশ্নাৱলী, Page No- 196

1. মাটি কেনেকৈ গঠন হয় ?

2. মাটি ক্ষয়ীভৱন(soil erosion) কি?

3. মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যবস্থাহাতত ল’বা ?

বিজ্ঞান – নৱম শ্ৰেণী

অধ্যায় – 1 : আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – 2 : আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?

অধ্যায় – 4 : পৰমাণুৰ গঠন

অধ্যায় – 5 : জীৱৰ মৌলিক একক

অধ্যায় – 8 : গতি

অধ্যায় – 10 : মহাকৰ্ষণ

অধ্যায় – 11 : কাৰ্য আৰু শক্তি

অধ্যায় – 12 : শব্দ

অধ্যায় – 14 : প্ৰাকৃতিক সম্পদ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *