গতি | অধ্যায় 8 | বিজ্ঞান | নৱম শ্ৰেণী
অনুশীলনী
7. 20 মি . উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ’ল । ইয়াৰ বেগ 10 ms সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব ? কিমান সময়ৰ পিছত ই ভূমিত পৰিব ?

10. 42250 km ব্যাসার্ধ বৃত্তীয় কক্ষপথেদি কৃত্রিম উপগ্রহ এটা প্রদক্ষিণৰত হৈ আছে । যদি ই 24 ঘণ্টাত পৃথিৱীক এবাৰ প্রদক্ষিণ কৰে তেন্তে তাৰ দ্ৰুতি নির্ণয় কৰা ।

বিজ্ঞান – নৱম শ্ৰেণী
অধ্যায় – 1 : আমাৰ চাৰিওকাষৰ বস্তুবোৰ
অধ্যায় – 2 : আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?