SEBA Notes For Class 10

SEBA Notes For Class 10 Science Chapter 16 প্রাকৃতিক সম্পদ ব্যবস্থাপনা

প্ৰাকৃতিক সন্পদৰ ব্যবস্থাপনা SEBA Class 10 Science Chapter 10 Notes

class 9 Seba Notes ত আমি পঢ়ি আহিছো প্ৰাকৃতিক সম্পদসমুহে কিদৰে চক্ৰাকাৰে সৰবৰাহ হৈ থাকে। এইটো অধ্যায়ত আছে এই সম্পদসমূহৰ ব্যবস্থাপনাৰ বিষয়ে। আজিৰ এই Class 9 science seba Notes ত আমি পাঠটোৰ অতি প্ৰয়োজনীয় দফা বোৰ বিষয়ে আলোচনা কৰিম।

পৰিবেশ ৰক্ষাৰ বাবে আমি তিনিটা R ব্যৱহাৰ কৰিব লাগে।

  1. হ্ৰাসকৰণ (reduce)- ইয়াৰ অৰ্থ হ্ৰাস কৰা বা কমোৱা। প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কমাই আমি পৰিবেশ ৰক্ষাত আগভাগ লব পাৰো।
  2. পুনৰ চক্ৰীকৰণ (recycle) ইয়াৰ অৰ্থ নতুনকৈ ব্যৱহাৰৰ উপযোগী কৰি তোলা। এই সম্পদসমূহক পুন ব্যৱহাৰৰ উপযোগীকৈ আমি পুনৰ বাৰ তাৰ লাভালাভ কৰিব পাৰো।
  3. পুণ ব্যৱহাৰ। (reuse) ইয়াত প্ৰত্যক্ষ ভাবে সামগ্ৰী পুণৰবাৰ ব্যৱহাৰ কৰি লোৱা হয়। ইয়াত শক্তিৰ অপচয় নহয়। কাৰণ ইয়াত আমি সম্পদবোৰ প্ৰত্যক্ষ ভাবে ব্যৱহাৰ কৰো।

অংশীদাৰ –

Similar Posts

2 Comments

  1. Oh mmy goodness! Amazing article dude! Ꭲhank
    you so mᥙch, Ꮋowever Ι am encountering troubles ѡith
    youг RSS. Ι dοn’t understand the reason why I cannot subscribe to it.
    Ӏs there anyone elsde getting similaг RSS prߋblems? Αnyone tһat knnows the solution can yοu kindly respond?
    Thanx!!

Leave a Reply

Your email address will not be published. Required fields are marked *