SEBA Class 10 Assamese chapter 2 Notes pdf | Free Notes For class 10 Assamese

জিকিৰ Class 10 Assamese Lesson 2 Notes Question-Answer

Very Short Question On Class 10 Assamese Lesson 2

1 জিকিৰৰ ৰচক কোন?
= জিকিৰৰ ৰচক হল শ্বাহ মিলান' নামৰ এগৰাকী ইছলামী সাধু। তেওঁকআজান ফকিৰ’ বুলিও জনা যায়।

2 জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
=জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

3 ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?
= জিকিৰ' শব্দটো আৰবীজিকৰ’ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হল ঘনে ঘনে উচ্চাৰণ কৰা।

4 আজান ফকিৰ কোন শতিকাৰ কবি অনুমান কৰা হৈছে?
=আজান ফকিৰ খ্ৰীষ্টীয় সপ্তম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে।

5 আজান ফকিৰৰ প্ৰকৃত নাম কি?
আজান ফকিৰৰ প্ৰকৃত নাম হজৰত চাহ মিলন।

6 আজান ফকিৰৰ মৃত্যু ক’ত হৈছিল?
=দিখৌমুখৰ শৰাগুৰি চাপৰিত মৃত্যু হৈছিল।

7 জিকিৰসমূহক অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি?
=স্তুতি গীতৰ লগত।

8 জিকিৰটোত উল্লেখ কৰা আদম কোন?
=আদম হল আল্লাই সৃষ্টি কৰা প্ৰথম মানব।

9 মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে?
=ত্ৰিবেণী ঘাটৰ লগত মক্কাৰ দুৱাৰক তুলনা কৰা হৈছে।

10 কোনে আজান ফকিৰৰ চকু কাঢ়িছিল?
=ৰূপাই দা ধৰা নামৰ এজন লোক এজনে অজান ফকীৰৰ চকু কাঢ়িছিল।

11 ‘মোমিন’ মানে কি?
=মোমিন’ মানে বিশ্বাসী মুছলমান।

Similar Posts

One Comment

  1. What’s up it’s me, I am also visiting this web page regularly, this site is genuinely good and the people are genuinely sharing fastidious thoughts.

Leave a Reply

Your email address will not be published. Required fields are marked *