| |

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | অধ্যায় -1 | বিজ্ঞান | দশম শ্ৰেণী

অতিৰিক্ত প্ৰশ্নোত্তৰ

প্রশ্ন :- তাপীয় বিয়োজন বিক্রিয়া কি? এটা উদাহৰণ দিয়া।

উত্তৰ :- যেতিয়া এটা বিযোজন বিক্রিয়া তাপ প্রয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপীয় বিযোজন বিক্রিয়া বোলা হয়।

প্ৰশ্ন :- এটা উত্তলন নলীত 2g লেড নাইট্ৰেট পাউদাৰ লোৱা। এডাল চেপেনাৰে উতলন নলীটো শিখাৰ ওপৰত ধৰি গৰম কৰা।

a) ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা।

উত্তৰ :- নলীটোৰ পৰা নাইট্ৰ’জেন ডাই অক্সাইডৰ মুগা বৰণীয়া ধোঁৱা নিৰ্গত হব।

b) ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখি সন্তুলন কৰা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা।

উত্তৰ :-

Q. লেড নাইটেট পাউদাৰ এটা উতলন নলীত উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ লিখা।

উত্তৰ :-

কলা-বগা ফট’গ্রাফিত কেনে ধৰণৰ বিক্রিয়া ব্যৱহাৰ কৰা হয়?

উত্তৰ :-

এটা উজ্জল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।

উত্তৰ :-

এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱনীয়। সম্ভৱৰ মৌলটো

a) Calcium (কেলছিয়াম)

b) Carbon (কার্বন)

(c) Silicon (ছিলিকন)

d) Iron (আইৰণ)

উত্তৰ :-

Q. লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? বিক্ৰিয়াটো লিখি ব্যাখ্যা কৰা ।

উত্তৰ :-

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *