|

আমাৰ চাৰিওকাষৰ বস্তুবোৰ

আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অনুশীলনী

6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা —

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰি কঠিন।

Ans :-

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ পানীৰ অনুসমূহৰ মাজৰ আকৰ্ষণ বল কম আৰু ইহঁতে এঠাইৰপৰা আনঠাইলৈ বাগৰি যাব পাৰে।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিৰ অনুসমূহৰ মাজৰ আকর্ষণী বল খুব বেছি আৰু ইহঁতৰ মাজৰ ব্যাৱধান খুব কম হোৱা বাবে আলমাৰিটো দৃঢ় হয়। সেইবাবে আলমাৰিটো কঠিন। 

বিজ্ঞান – নৱম শ্ৰেণী

অধ্যায় – 1 : আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – 2 : আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?

অধ্যায় – 4 : পৰমাণুৰ গঠন

অধ্যায় – 5 : জীৱৰ মৌলিক একক

অধ্যায় – 8 : গতি

অধ্যায় – 10 : মহাকৰ্ষণ

অধ্যায় – 11 : কাৰ্য আৰু শক্তি

অধ্যায় – 12 : শব্দ

অধ্যায় – 14 : প্ৰাকৃতিক সম্পদ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *