জীৱৰ মৌলিক একক | অধ্যায় – 5 | বিজ্ঞান – নৱম শ্ৰেণী
প্ৰশ্নাৱলী, Page No – 59 ১। কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল ? উত্তৰঃ কোষ 1665 খ্ৰীৰ্ষ্টাব্দত ৰবাৰ্ট হুকে পোন প্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল । ৰবাৰ্ট হুকে এটুকুৰা কৰ্ক (Cork) ৰ পাতল চ্ছেদ পৰীক্ষা কৰি মৌকোঁহৰ নিচিনা কিছুমান খোঁটালি দেখা পাইছিল। ৰবাৰ্ট হুকে তেওঁ নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পর্যবেক্ষণৰদ্বাৰা এই খোঁটালিবোৰ দেখাৰ সৌভাগ্য ঘটিছিল।…