Skip to content
- নিজৰাৰ কবি – শৈলধৰ ৰাজখােৱা
- পাপৰিৰ কবি- গণেশ চন্দ্র গগৈ
- অগ্নিকবি – কমলাকান্ত ভট্টাচার্য
- অতীন্দ্রিয়বাদী কবি – নলিনীবালা দেবী
- অভিনয়াচাাৰ্য- ব্রজনাথ শর্মা
- অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী
- অসমৰ ব্যাস ৰাম সৰস্বতী
- কলংপৰীয়া কবি – দেৱকান্ত বৰুৱা
- কলাগুৰু – বিষ্ণুপ্ৰসাদ ৰাভা
- গণ শিল্পী – বিক্রম সিং য়েইন
- অসমৰ মীনা কুমাৰী অনুপমা ভট্টাচার্য
- উপন্যাস সম্রাট – ৰজনীকান্ত বৰদলৈ
- কবিতা কোৱৰ – অম্বেশ্বৰ চেতিয়া ফুকন
- কর্মবীৰ – নবীন চন্দ্ৰ বৰদলৈ
- গীতিকবি – পার্বতিপ্ৰসাদ বৰুৱা
- জগতগুৰু- শ্ৰীমন্ত শঙ্কৰদেৱ
- জননায়ক – দেৱেশ্বৰ শৰ্মা
- জ্ঞান মালিনীৰ কবি- মফিজুদ্দিন আহমদ হাজৰিকা
- ত্যাগবীৰ – হেমচন্দ্ৰ বৰুৱা
- দেশভক্ত – তৰুণৰাম ফুকন
- দেশপ্রাণ- ও লক্ষ্মীধৰ শৰ্মা
- ধ্বনি কবি- বিনন্দ চন্দ্র বৰুৱা
- নটসূর্য – ফণী শৰ্মা
- নাট্য প্রভাকৰ – সত্য প্রসাদ বৰুৱা
- নিজৰাৰ কবি – শৈলধৰ ৰাজখােৱা
- পাপৰিৰ কবি- গণেশ চন্দ্র গগৈ
- প্রতিমাৰ খনিকৰ – চন্দ্ৰকুমাৰ আগৰৱালা
- প্ৰেম আৰু ৰ’দালিৰ কবি-হীৰেন প্ৰেম আৰু ৰ’দালিৰ কবি-হীৰেন ভট্টাচাৰ্য
- বকুলবনৰ কবি- আনন্দ চন্দ্র বৰুৱা
- বনকেঁৱৰ- আনন্দিৰাম দাস
- বনফুলৰ কবি – যতীন্দ্রনাথ দুৱৰা
- বঢ়াৰ পাে-মাধৱদেৱ।
- বাউলী কবি – কমলানন্দ ভট্টাচার্য।
- বাগ্মীবৰ ব ককা- নীলমণি ফুকন
- বিদ্রোহী কবি – প্রসন্নলাল চৌধুৰী
- বিহগী কবি- ৰঘুনাথ চৌধাৰী
- বীৰবালা- কনকলতা বৰুৱা
- ভাঙনি কেঁৱৰ – আনন্দ চন্দ্ৰ আগৰৱালা
- যাদু সম্রাট-এম হুছেইন
- ৰসৰাজ বা সাহিত্যৰথী – লক্ষ্মীনাথ বেজবৰুৱা
- ৰূপকোৱৰ- জ্যোতিপ্রসাদ আগৰৱালা
- লুইত কোঁৱৰ- ৰুদ্ৰ বৰুৱা
- লােকনায়ক – অমিয় কুমাৰ দাস
- লােকপ্রাণ- মতিৰাম বৰা
- লােকপ্রিয় – গােপীনাথ বৰদলৈ
- লােকবন্ধু – ডাঃ ভুৱনেশ্বৰ বৰুৱা
- লৌহ মানব- বিষ্ণুৰাম মেধি
- শেৱালি কবি-ৰত্নকান্ত বৰকাকতী।
- শােণিত কোৱৰ – গজেন বৰুৱা।
- সংগীতাচার্য – লক্ষ্মীৰাম বৰুৱা
- সাহিত্য ৰত্ন – চন্দ্ৰধৰ বৰুৱা
- সিংহপুৰুষ – ৰাধাগােবিন্দ বৰুৱা