কাক কি বুলি জানো – Assam Gk

0
360
কাক কি বুলি জানো gk in assamese
  • নিজৰাৰ কবি – শৈলধৰ ৰাজখােৱা
  • পাপৰিৰ কবি- গণেশ চন্দ্র গগৈ
  • অগ্নিকবি – কমলাকান্ত ভট্টাচার্য
  • অতীন্দ্রিয়বাদী কবি – নলিনীবালা দেবী
  • অভিনয়াচাাৰ্য- ব্রজনাথ শর্মা
  • অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী
  • অসমৰ ব্যাস ৰাম সৰস্বতী
  • কলংপৰীয়া কবি – দেৱকান্ত বৰুৱা
  • কলাগুৰু – বিষ্ণুপ্ৰসাদ ৰাভা
  • গণ শিল্পী – বিক্রম সিং য়েইন
  • অসমৰ মীনা কুমাৰী অনুপমা ভট্টাচার্য
  • উপন্যাস সম্রাট – ৰজনীকান্ত বৰদলৈ
  • কবিতা কোৱৰ – অম্বেশ্বৰ চেতিয়া ফুকন
  • কর্মবীৰ – নবীন চন্দ্ৰ বৰদলৈ
  • গীতিকবি – পার্বতিপ্ৰসাদ বৰুৱা
  • জগতগুৰু- শ্ৰীমন্ত শঙ্কৰদেৱ
  • জননায়ক – দেৱেশ্বৰ শৰ্মা
  • জ্ঞান মালিনীৰ কবি- মফিজুদ্দিন আহমদ হাজৰিকা
  • ত্যাগবীৰ – হেমচন্দ্ৰ বৰুৱা
  • দেশভক্ত – তৰুণৰাম ফুকন
  • দেশপ্রাণ- ও লক্ষ্মীধৰ শৰ্মা
  • ধ্বনি কবি- বিনন্দ চন্দ্র বৰুৱা
  • নটসূর্য – ফণী শৰ্মা
  • নাট্য প্রভাকৰ – সত্য প্রসাদ বৰুৱা
  • নিজৰাৰ কবি – শৈলধৰ ৰাজখােৱা
  • পাপৰিৰ কবি- গণেশ চন্দ্র গগৈ
  • প্রতিমাৰ খনিকৰ – চন্দ্ৰকুমাৰ আগৰৱালা
  • প্ৰেম আৰু ৰ’দালিৰ কবি-হীৰেন প্ৰেম আৰু ৰ’দালিৰ কবি-হীৰেন ভট্টাচাৰ্য
  • বকুলবনৰ কবি- আনন্দ চন্দ্র বৰুৱা
  • বনকেঁৱৰ- আনন্দিৰাম দাস
  • বনফুলৰ কবি – যতীন্দ্রনাথ দুৱৰা
  • বঢ়াৰ পাে-মাধৱদেৱ।
  • বাউলী কবি – কমলানন্দ ভট্টাচার্য।
  • বাগ্মীবৰ ব ককা- নীলমণি ফুকন
  • বিদ্রোহী কবি – প্রসন্নলাল চৌধুৰী
  • বিহগী কবি- ৰঘুনাথ চৌধাৰী
  • বীৰবালা- কনকলতা বৰুৱা
  • ভাঙনি কেঁৱৰ – আনন্দ চন্দ্ৰ আগৰৱালা
  • যাদু সম্রাট-এম হুছেইন
  • ৰসৰাজ বা সাহিত্যৰথী – লক্ষ্মীনাথ বেজবৰুৱা
  • ৰূপকোৱৰ- জ্যোতিপ্রসাদ আগৰৱালা
  • লুইত কোঁৱৰ- ৰুদ্ৰ বৰুৱা
  • লােকনায়ক – অমিয় কুমাৰ দাস
  • লােকপ্রাণ- মতিৰাম বৰা
  • লােকপ্রিয় – গােপীনাথ বৰদলৈ
  • লােকবন্ধু – ডাঃ ভুৱনেশ্বৰ বৰুৱা
  • লৌহ মানব- বিষ্ণুৰাম মেধি
  • শেৱালি কবি-ৰত্নকান্ত বৰকাকতী।
  • শােণিত কোৱৰ – গজেন বৰুৱা।
  • সংগীতাচার্য – লক্ষ্মীৰাম বৰুৱা
  • সাহিত্য ৰত্ন – চন্দ্ৰধৰ বৰুৱা
  • সিংহপুৰুষ – ৰাধাগােবিন্দ বৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here