পৰিমাণৰ তুলনা। অধ্যায় 8। গণিত। অষ্টম শ্ৰেণী
অনুশীলনী-৪ (C)
5. বছৰি 7 ½ % হাৰ সুতত কি মূলধন 3 বছৰ 4 মাহত সুতে-মূলে 6000 টকা হ’বগৈ।
7. বছৰি 3% হাৰ সুতত কোনো মূলধন 3 বছৰৰ শেষত সুতে-মূলে 5450 টকা হ’বগৈ?
Answer-

8. কি হাৰৰ সুতত 1500 টকা সুতেমূলে 3 বছৰত 1815 টকা হ’ব?
Answer-

9. এজন মানুহে বেংকত 187560 টকা থৈ 8 মাহৰ পিছত সৰলসুত 6252 টকা পালে। বছৰি সুতৰ হাৰ নিৰ্ণয় কৰা ।
Answer–

10. শতকৰা বছৰি 5 টকা হাৰ সুতত কিমান বছৰত 9000 টকা সুতেমূলে 10575 টকা হ’বগৈ?ছৰি 3% হাৰ সুতত কোনো মূলধন 3 বছৰৰ শেষত সুতে-মূলে 5450 টকা হ’বগৈ?
Answer–

11. বছৰি 9% হাৰ সুতত 3600 টকা কিমান বছৰ পিছত 4086 টকা হ’বগৈ ?
Answer-

12. বছৰি 12.5% হাৰে 4000 টকাৰ কিমান বছৰ পিছত 625 টকাৰ সৰল সুত হ’ব নিৰ্ণয় কৰা।
Answer-

13. এজন মানুহে 2 বছৰৰ বাবে 5000 টকা আৰু 4 বছৰৰ বাবে 3000 টকা ধাৰ ল’লে। মানুহজনে মুঠতে 1870 টকা সৰল সুত দিলে। সৰল সুতৰ হাৰ নিৰ্ণয় কৰা।
Answer-

14. এজন মানুহে 7000 টকা ধাৰ ল’লে। তাৰে এটা অংশ বছৰি 6% হাৰ সুতত আৰু আনটো অংশ বছৰি 4% হাৰ সুতত ধাৰ ল’লে। 5 বছৰৰ পিছত মানুহজনে মুঠতে 1600 টকা সৰল সুত জমা দিলে। প্ৰতিটো অংশৰ পৰা কিমান টকাকৈ ধাৰ ল’লে।
Answer-

15. বছৰি 4% হাৰে 10 বছৰত 7500 টকাৰ সৰল সুত কিমান হ’ব, কি হাৰ সুতে 5000 টকাৰ 10 বছৰত সিমান সুত হ’ব?
Answer-

16. কোনো মূলধন বছৰি 5% হাৰে 4 বছৰত সুতে-মূলে 7000 টকা হ’লগৈ। 7 বছৰ পিছত এই মূলধন’ সুতে-মূলে কিমান হ’বগৈ ?
Answer-

অনুশীলনী-৪ (D)
1) সবৃদ্ধিমূল আৰু চক্রবৃদ্ধি সুত নিৰ্ণয় কৰা—
(i) 25000 টকাৰ বছৰি 10% হাৰ সুতত 2 বছৰৰ।
Answer-

(ii) 20000 টকাৰ বছৰি 11% হাৰ সুতত 2 বছৰৰ ।
Answer-

(iii) 50000 টকাৰ বছৰি 15% হাৰ সুতত 3 বছৰৰ।
Answer-

(iv) 15000 টকাৰ বছৰি 20% হাৰে প্ৰতি ছমাহে সুত হিচাপ কৰিলে 1½ বছৰৰ।
Answer-

(v) 20000 টকাৰ বছৰি ৪% হাৰে প্ৰতি ছমাহে সুত হিচাপ কৰি 1 বছৰৰ ।
Answer-

(vi) 45000 টকাৰ বছৰি 16% হাৰে প্ৰতি তিনিমাহে সুত গণনা কৰি 9 মাহৰ ।
Answer-

(vii) 8000 টকাৰ বছৰি 12% হাৰে প্ৰতি তিনিমাহে সুত গণনা কৰি 1 বছৰৰ।
Answer-

2. বছৰি ৪½% হাৰে চক্ৰবৃদ্ধি সুতত 1 বছৰ 3 মাহৰ বাবে 10,000 টকা ধাৰ ল’লৈ চক্রবৃদ্ধি সুত নির্ণয় কৰা।
Answer-
3. বছৰি 15% হাৰ চক্ৰবৃদ্ধি সুতত 26400 টকাৰ 2 বছৰ 4 মাহৰ পিছত সবৃদ্ধিমূল আৰু চক্রবৃদ্ধি সুত নিৰ্ণয় কৰা ।
Answer-