অযৌন প্রজনন মুকুলোদ্গম সংঘটিত হয়— (i) এমিবাত (ii) ইষ্টত (iii) প্লাজম'ডিয়ামত (iv) লেইমেনিয়াত তলৰ কোনটোৰ “লিংগ নির্ণায়ক ক্ৰ’মজম”ৰ ওপৰত নিৰ্ভৰ কৰি মানৱ শিশুৰ লিংগ নিৰ্ধাৰণ হয় (i) ডিম্বক (ii) শুক্রাণু (iii) (i) আৰু (ii) দুয়োটাই ) (iv) ওপৰৰ এটাও নহয়