কাৰ্য আৰু শক্তি । নৱম শ্ৰেণী । বিজ্ঞান । অধ্যায় – 11
অনুশীলনী :- 3. বেটেৰী এটাই বাল্ব এটা জ্বলালে। প্রক্রিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবোৰৰ বর্ণনা দিয়া। উত্তৰ :- বেটেৰী এটাই বাল্ব এটা জ্বলালে প্ৰথমতে বেটেৰীত থকা ৰাসায়নিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয় ৷ বৈদ্যতিক শক্তিৰ সহায়ত বাল্বটো জ্বলি উঠে ৷ ইয়াৰ লগে লগে বৈদ্যুতিক শক্তি পোহৰ আৰু তাপ শক্তিলৈ ৰূপান্তৰ হয় ৷ শক্তিৰ ৰূপান্তৰৰ…