| |

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা | দশম শ্ৰেণী | বিজ্ঞান | অধ্যায় 16

ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 16 : প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে। প্ৰশ্নাৱলী, Page No- 269 1. পৰিবেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা? Ans :- (i) ব্যৱহাৰ কৰি নথকা অৱস্থাত বিজুলীবাতি, পাংখা আদি বন্ধ ৰখা। (ii) বিদ্যালয়,অফিচ-কাৰ্যালয় আদিলৈ…

| |

এছিড ক্ষাৰক আৰু  লৱন | অধ্যায়-8 | সপ্তম শ্ৰেণী | অসম জাতীয় বিদ্যালয়

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা  i ) ক্ষাৰকৰ সােৱাদ-   a ) টেঙা  b ) তিতা  c ) লুণীয়া  d ) মিঠা উত্তৰ :- b ) তিতা ii ) মাখনত থকা এছিডবিধৰ নাম –  a ) হাইড্রক্লৰিক এছিড   b ) এছেটিক এছিড   c ) লেকটিক এছিড  d ) টাৰটাৰিক এছিড  উত্তৰ :- c ) লেকটিক এছিড  iii )…

| |

মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

প্রশ্নাৱলী (পৃষ্ঠা নং 81) view প্রশ্নাৱলী (পৃষ্ঠা নং 85) view প্রশ্নাৱলী (পৃষ্ঠা নং 90) view অনুশীলনী view অতিৰিক্ত প্ৰশ্নোত্তৰ view প্রশ্নাৱলী (পৃষ্ঠা নং 81) 1. নিউলেণ্ডৰ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা। Ans :- ড’বাৰেইনাৰৰ এটা ট্রায়াড হ’ল লিথিয়াম (Li), ছ’ডিয়াম (K) আৰু পটেছিয়াম (K)। এই ট্রায়াডটো নিউলেণ্ডৰ অষ্টকৰ দ্বিতীয় স্তম্ভত…

| |

গতি | অধ্যায় 8 | বিজ্ঞান | নৱম শ্ৰেণী

অনুশীলনী 7. 20 মি . উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ’ল । ইয়াৰ বেগ 10 ms সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব ? কিমান সময়ৰ পিছত ই ভূমিত পৰিব ? 10. 42250 km ব্যাসার্ধ বৃত্তীয় কক্ষপথেদি কৃত্রিম উপগ্রহ এটা প্রদক্ষিণৰত হৈ আছে । যদি ই 24 ঘণ্টাত পৃথিৱীক এবাৰ প্রদক্ষিণ কৰে…

| | |

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? অধ্যায়-2 | বিজ্ঞান – নৱম শ্ৰেণী

ইয়াত অসমীয়া মাধ্যমৰ নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 2 : আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? (Is Matter Around Us Pure?) পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে। প্ৰশ্নাৱলী, Page No – 15 1.পদার্থ বুলিলে কি বুজা? উত্তৰঃ যিবোৰ বস্তুই ঠাই আগুৰে আৰু নিৰ্দিষ্ট ভৰ থাকে তাকে পদাৰ্থ বুলি কোৱা হয়। পদাৰ্থক…

| | |

জীৱৰ মৌলিক একক | অধ্যায় – 5 | বিজ্ঞান – নৱম শ্ৰেণী

প্ৰশ্নাৱলী, Page No – 59 ১। কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল ? উত্তৰঃ কোষ 1665 খ্ৰীৰ্ষ্টাব্দত ৰবাৰ্ট হুকে পোন প্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল । ৰবাৰ্ট হুকে এটুকুৰা কৰ্ক (Cork) ৰ পাতল চ্ছেদ পৰীক্ষা কৰি মৌকোঁহৰ নিচিনা কিছুমান খোঁটালি দেখা পাইছিল। ৰবাৰ্ট হুকে তেওঁ নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পর্যবেক্ষণৰদ্বাৰা এই খোঁটালিবোৰ দেখাৰ সৌভাগ্য ঘটিছিল।…

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | অধ্যায় -1 | বিজ্ঞান | দশম শ্ৰেণী
| |

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | অধ্যায় -1 | বিজ্ঞান | দশম শ্ৰেণী

অতিৰিক্ত প্ৰশ্নোত্তৰ প্রশ্ন :- তাপীয় বিয়োজন বিক্রিয়া কি? এটা উদাহৰণ দিয়া। উত্তৰ :- যেতিয়া এটা বিযোজন বিক্রিয়া তাপ প্রয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপীয় বিযোজন বিক্রিয়া বোলা হয়। প্ৰশ্ন :- এটা উত্তলন নলীত 2g লেড নাইট্ৰেট পাউদাৰ লোৱা। এডাল চেপেনাৰে উতলন নলীটো শিখাৰ ওপৰত ধৰি গৰম কৰা। a) ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা। উত্তৰ :-…

প্ৰাকৃতিক সম্পদ | অধ্যায় – 14 | বিজ্ঞান – নৱম শ্ৰেণী
| |

প্ৰাকৃতিক সম্পদ | অধ্যায় – 14 | বিজ্ঞান – নৱম শ্ৰেণী

প্ৰশ্নাৱলী, Page No- 193 1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্রহৰবায়ুমণ্ডলৰ মাজত পার্থক্য কেনে ধৰণৰ ? উত্তৰ :- আমাৰ পৃথিৱীৰ বায়ুমণ্ডল  বায়ুৰ উপাদানৰ ক্ষেত্ৰত শুক্ৰ আৰু মংগল গ্রহৰ বায়ুমণ্ডলৰ পৰা পৃথক ৷ পৃথিৱীৰ বায়ুত নাইট্ৰ’জেন, অক্সিজেন, কম পৰিমাণৰ কাৰ্বনডাই অক্সাইড আৰু জলীয় বাষ্প মিহলি হৈ থাকে কিন্তু শুক্ৰ আৰু মংগল গ্রহৰ বায়ুমণ্ডলত বহুত বেছি পৰিমাণৰ কাৰ্বনডাই অক্সাইড গেছ…

শব্দ | অধ্যায় – 12 | বিজ্ঞান – নৱম শ্ৰেণী
| |

শব্দ | অধ্যায় – 12 | বিজ্ঞান – নৱম শ্ৰেণী

প্ৰশ্নাৱলী, Page No – 162 1. স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ ? উত্তৰ :- স্পন্দনশীল বস্তু এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণা বিলাকক কঁপিবলৈ বাধ্য কৰে। কণাবোৰে কিন্তু কম্পমান বস্তুটোৰ পৰা কাণ পর্যন্ত ভ্রমণ নকৰে। কম্পমান বস্তুৰ সংস্পৰ্শত থকা মাধ্যমৰ কণা এটা পোনতে তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হ’ব।…

পৰমাণুৰ গঠন | অধ্যায় – 4 | নৱম শ্ৰেণীৰ বিজ্ঞান
| |

পৰমাণুৰ গঠন | অধ্যায় – 4 | নৱম শ্ৰেণীৰ বিজ্ঞান

প্ৰশ্নাৱলী, Page No – 47 1. কেনেল ৰশ্মি কি ? উত্তৰ :- 1886 চনত ই গ’ল্ডষ্টেইনে গেছৰ বিদ্যুৎ মোক্ষণত এবিধ ধনাত্মকভাৱে আহিত বিকিৰণ ধৰা পেলাইছিল ৷ ইয়াকে কেনেল ৰশ্মি বোলা হৈছিল ৷ 2. পৰমাণু এটাত এটা প্র’টন আৰু এটা ইলেকট্র’ন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে ? উত্তৰ :- এটা ইলেক্ট্রন ঋনাত্মকভাৱে আহিত আৰু…