পুনৰআলোচনা (Revision) – Seba Class 9 Maths Solutions
অনুশীলনী – R-1 1. বর্গমূলৰ দ্বাৰা √2ৰ আনুমানিক মান দুই দশমিক স্থানলৈ উলিওৱা ৷ সমাধান :- 2. দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়৷ সমাধান :- 2 + √3 আৰু 2 – √3 হ’ল দুটা অপৰিমেয় সংখ্যা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়৷ 3. সংখ্যাৰেখাৰ সহায়ত –5 আৰু 5 অৰ মধ্যৱৰ্তী অখণ্ড…