গতি | অধ্যায় 8 | বিজ্ঞান | নৱম শ্ৰেণী
অনুশীলনী 7. 20 মি . উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ’ল । ইয়াৰ বেগ 10 ms সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব ? কিমান সময়ৰ পিছত ই ভূমিত পৰিব ? 10. 42250 km ব্যাসার্ধ বৃত্তীয় কক্ষপথেদি কৃত্রিম উপগ্রহ এটা প্রদক্ষিণৰত হৈ আছে । যদি ই 24 ঘণ্টাত পৃথিৱীক এবাৰ প্রদক্ষিণ কৰে…
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? অধ্যায়-2 | বিজ্ঞান – নৱম শ্ৰেণী
ইয়াত অসমীয়া মাধ্যমৰ নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 2 : আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? (Is Matter Around Us Pure?) পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে। প্ৰশ্নাৱলী, Page No – 15 1.পদার্থ বুলিলে কি বুজা? উত্তৰঃ যিবোৰ বস্তুই ঠাই আগুৰে আৰু নিৰ্দিষ্ট ভৰ থাকে তাকে পদাৰ্থ বুলি কোৱা হয়। পদাৰ্থক…
জীৱৰ মৌলিক একক | অধ্যায় – 5 | বিজ্ঞান – নৱম শ্ৰেণী
প্ৰশ্নাৱলী, Page No – 59 ১। কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল ? উত্তৰঃ কোষ 1665 খ্ৰীৰ্ষ্টাব্দত ৰবাৰ্ট হুকে পোন প্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল । ৰবাৰ্ট হুকে এটুকুৰা কৰ্ক (Cork) ৰ পাতল চ্ছেদ পৰীক্ষা কৰি মৌকোঁহৰ নিচিনা কিছুমান খোঁটালি দেখা পাইছিল। ৰবাৰ্ট হুকে তেওঁ নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পর্যবেক্ষণৰদ্বাৰা এই খোঁটালিবোৰ দেখাৰ সৌভাগ্য ঘটিছিল।…

প্ৰাকৃতিক সম্পদ | অধ্যায় – 14 | বিজ্ঞান – নৱম শ্ৰেণী
প্ৰশ্নাৱলী, Page No- 193 1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্রহৰবায়ুমণ্ডলৰ মাজত পার্থক্য কেনে ধৰণৰ ? উত্তৰ :- আমাৰ পৃথিৱীৰ বায়ুমণ্ডল বায়ুৰ উপাদানৰ ক্ষেত্ৰত শুক্ৰ আৰু মংগল গ্রহৰ বায়ুমণ্ডলৰ পৰা পৃথক ৷ পৃথিৱীৰ বায়ুত নাইট্ৰ’জেন, অক্সিজেন, কম পৰিমাণৰ কাৰ্বনডাই অক্সাইড আৰু জলীয় বাষ্প মিহলি হৈ থাকে কিন্তু শুক্ৰ আৰু মংগল গ্রহৰ বায়ুমণ্ডলত বহুত বেছি পৰিমাণৰ কাৰ্বনডাই অক্সাইড গেছ…

শব্দ | অধ্যায় – 12 | বিজ্ঞান – নৱম শ্ৰেণী
প্ৰশ্নাৱলী, Page No – 162 1. স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ ? উত্তৰ :- স্পন্দনশীল বস্তু এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণা বিলাকক কঁপিবলৈ বাধ্য কৰে। কণাবোৰে কিন্তু কম্পমান বস্তুটোৰ পৰা কাণ পর্যন্ত ভ্রমণ নকৰে। কম্পমান বস্তুৰ সংস্পৰ্শত থকা মাধ্যমৰ কণা এটা পোনতে তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হ’ব।…

পৰমাণুৰ গঠন | অধ্যায় – 4 | নৱম শ্ৰেণীৰ বিজ্ঞান
প্ৰশ্নাৱলী, Page No – 47 1. কেনেল ৰশ্মি কি ? উত্তৰ :- 1886 চনত ই গ’ল্ডষ্টেইনে গেছৰ বিদ্যুৎ মোক্ষণত এবিধ ধনাত্মকভাৱে আহিত বিকিৰণ ধৰা পেলাইছিল ৷ ইয়াকে কেনেল ৰশ্মি বোলা হৈছিল ৷ 2. পৰমাণু এটাত এটা প্র’টন আৰু এটা ইলেকট্র’ন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে ? উত্তৰ :- এটা ইলেক্ট্রন ঋনাত্মকভাৱে আহিত আৰু…

কাৰ্য আৰু শক্তি । নৱম শ্ৰেণী । বিজ্ঞান । অধ্যায় – 11
অনুশীলনী :- 3. বেটেৰী এটাই বাল্ব এটা জ্বলালে। প্রক্রিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবোৰৰ বর্ণনা দিয়া। উত্তৰ :- বেটেৰী এটাই বাল্ব এটা জ্বলালে প্ৰথমতে বেটেৰীত থকা ৰাসায়নিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয় ৷ বৈদ্যতিক শক্তিৰ সহায়ত বাল্বটো জ্বলি উঠে ৷ ইয়াৰ লগে লগে বৈদ্যুতিক শক্তি পোহৰ আৰু তাপ শক্তিলৈ ৰূপান্তৰ হয় ৷ শক্তিৰ ৰূপান্তৰৰ…

মহাকৰ্ষণ । নৱম শ্ৰেণী । বিজ্ঞান । অধ্যায় – 10
অতিৰিক্ত প্ৰশ্ন 1. মহাকর্ষণ বল কাক বোলে?উত্তৰ :- বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুৱেই ইটোৱে সিটোক আকৰ্ষণ কৰে। বস্তুৰ মাজৰ এই আকর্ষণ বলকে মহাকর্ষণ বল বোলে। 2. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ :- মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে, এই আকৰ্ষনী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমাণুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক…

পুনৰআলোচনা (Revision) – Seba Class 9 Maths Solutions
অনুশীলনী – R-1 1. বর্গমূলৰ দ্বাৰা √2ৰ আনুমানিক মান দুই দশমিক স্থানলৈ উলিওৱা ৷ সমাধান :- 2. দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়৷ সমাধান :- 2 + √3 আৰু 2 – √3 হ’ল দুটা অপৰিমেয় সংখ্যা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়৷ 3. সংখ্যাৰেখাৰ সহায়ত –5 আৰু 5 অৰ মধ্যৱৰ্তী অখণ্ড…