শক্তিৰ উৎসসমূহ | দশম শ্ৰেণী | বিজ্ঞান | অধ্যায় 14
ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 14 : শক্তিৰ উৎসসমূহ (Source of Energy) পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে। প্ৰশ্নাৱলী, Page No- 243 1. শক্তিৰ ভাল উৎস কি? উত্তৰ :- শক্তিৰ ভাল উৎস সেইটোৱেই হ’ব – যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে…