আমাৰ চাৰিওকাষৰ বস্তুবোৰ
আমাৰ চাৰিওকাষৰ বস্তুবোৰ অনুশীলনী 6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা — (a) সাধাৰণ উষ্ণতাত পানী জুলীয়া। (b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰি কঠিন। Ans :- (a) সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ পানীৰ অনুসমূহৰ মাজৰ আকৰ্ষণ বল কম আৰু ইহঁতে এঠাইৰপৰা আনঠাইলৈ বাগৰি যাব পাৰে। (b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিৰ অনুসমূহৰ মাজৰ আকর্ষণী বল খুব বেছি আৰু ইহঁতৰ…