কাক কি বুলি জানো – Assam Gk
নিজৰাৰ কবি – শৈলধৰ ৰাজখােৱা পাপৰিৰ কবি- গণেশ চন্দ্র গগৈ অগ্নিকবি – কমলাকান্ত ভট্টাচার্য অতীন্দ্রিয়বাদী কবি – নলিনীবালা দেবী অভিনয়াচাাৰ্য- ব্রজনাথ শর্মা অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী অসমৰ ব্যাস ৰাম সৰস্বতী কলংপৰীয়া কবি – দেৱকান্ত বৰুৱা কলাগুৰু – বিষ্ণুপ্ৰসাদ ৰাভা গণ শিল্পী – বিক্রম সিং য়েইন অসমৰ মীনা কুমাৰী অনুপমা ভট্টাচার্য উপন্যাস সম্রাট – ৰজনীকান্ত…