পোহৰ | অধ্যায় 16 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়
শুদ্ধ উত্তৰটো বাছি উলিওৱা। i) তলৰ কোনবিধ দীপ্তিমান বস্তু?a. কাঠb. আয়নাc. চন্দ্ৰd. বাল্বউত্তৰ :- d. বাল্ব ii) ৰামধেনুত থকা ৰঙৰ সংখ্যাa. 5টাb. 3টাc. 10টাd. 7টাউত্তৰ :- d. 7টা iii) পৃথিৱীৰ বাবে পোহৰৰ আটাইতকৈ ডাঙৰ উৎস হ’লa. চন্দ্ৰb. বিজুলীবাতিc. সূৰ্য্যd. জুইউত্তৰ:- c. সূৰ্য্য iv) তলৰ কোনবিধ ঈষৎ স্বচ্ছ বস্তুa. কলমb. তেলসনা কাগজc. দাপোণd. কাঁচউত্তৰ:- b. তেলসনা…