|

আমাৰ কাপোৰ | অধ্যায়-6 | সপ্তম শ্ৰেণী | অসম জাতীয় বিদ্যালয়

প্রশ্ন 1 : শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) ঊণ সূতা উৎপাদনৰ সৈতে জড়িত ৰোগবিধৰ নাম হ’ল— (a) মেলেৰিয়া (b) এনথ্রাক্স (c) ডেংগি (d) এইড্‌ছ উত্তৰ :- (b) এনথ্রাক্স। (ii) আঁহ উলিয়াবলৈ লেটাবোৰ কেনেকুৱা পানীত উতলায় — (a) এছিডযুক্ত পানী(b) ক্ষাৰযুক্ত পানী।(c) কুঁৱাৰ পানী(d) বিশুদ্ধ পানী উত্তৰ :- (b) ক্ষাৰযুক্ত পানী। (iii) আজিকালি লেটাৰপৰা আঁহ উলিয়াবলৈ…

|

উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ | অধ্যায়-5 | সপ্তম শ্ৰেণী | অসম জাতীয় বিদ্যালয়

প্রশ্ন 1 : শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) এজোপা উদ্ভিদৰ মুখ্য প্রজনন অংগ হ’ল  (a) ডাল (b) পাত (c) মুকুল (d) ফুল উত্তৰ : (a) ফুল (ii) পুং আৰু স্ত্রী জননকোষৰ মিলনক কি বুলি জনা যায়?  (a) নিষেচন (b) পৰাগযোগ (c) বীজৰ গঠন (d) মুকুলন উত্তৰ : (a) নিষেচন (iii) মৃদগত কাণ্ডৰ কি অংগৰ…

|

প্ৰাণী আৰু উদ্ভিদত দ্রব্যৰ পৰিবহণ | অধ্যায় 4 | বিজ্ঞান | অসম জাতীয় বিদ্যালয় সপ্তম শ্ৰেণী

প্রশ্ন 1: খালী ঠাই পূৰ কৰা : (i) তেজ প্ৰধানকৈ …….. অংশৰে গঠিত। উত্তৰ : 2 টা। (ii) …….. সহায়ত হৃদস্পন্দনৰ শব্দ বর্ধিত ৰূপত শুনিব পাৰি। উত্তৰ : ষ্টেথ’স্ক’পৰ। (iii) তেজৰ ৰঙা ৰঞ্জক পদার্থবিধ হ’ল ……… | উত্তৰ: হিম’গ্ল’বিন। (iv) ………আৰু ………. লগলাগি উদ্ভিদৰ সংবহনতন্ত্র গঠিত হৈছে। উত্তৰ : জাইলেম আৰু ফ্ল’ৱেম। (v) মানুহৰ হৃদযন্ত্রত…

পোহৰ | অধ্যায় 16 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়
|

পোহৰ | অধ্যায় 16 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়

শুদ্ধ উত্তৰটো বাছি উলিওৱা। i) তলৰ কোনবিধ দীপ্তিমান বস্তু?a. কাঠb. আয়নাc. চন্দ্ৰd. বাল্বউত্তৰ :- d. বাল্ব ii) ৰামধেনুত থকা ৰঙৰ সংখ্যাa. 5টাb. 3টাc. 10টাd. 7টাউত্তৰ :- d. 7টা iii) পৃথিৱীৰ বাবে পোহৰৰ আটাইতকৈ ডাঙৰ উৎস হ’লa. চন্দ্ৰb. বিজুলীবাতিc. সূৰ্য্যd. জুইউত্তৰ:- c. সূৰ্য্য iv) তলৰ কোনবিধ ঈষৎ স্বচ্ছ বস্তুa. কলমb. তেলসনা কাগজc. দাপোণd. কাঁচউত্তৰ:- b. তেলসনা…

চুম্বক | অধ্যায় 15 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়
|

চুম্বক | অধ্যায় 15 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়

শুদ্ধ উত্তৰটো বাছি উলিওৱা। i) সাগৰত দিশ নিৰ্ণয় কৰিবলৈ নাৱিকসকলে ব্যৱহাৰ কৰা আহিলাবিধ হ’ল-a. লো-ৰ দণ্ডb. দূৰৱীনc. পেৰিস্ক’পd. কম্পাছ উত্তৰ :- d. কম্পাছ ii) তলৰ কোনবিধ চুম্বকিয় পদাৰ্থ নহয়?a. লোb. নিকেলc. ক’বল্টd. ৰবৰ উত্তৰ :- d. ৰবৰ iii) তলৰ কোনবিধ প্ৰাকৃতিক চুম্বক?a. নিকেলb. পাৰাc. গেড’লিনিয়ামd. ল’ডষ্ট’ন উত্তৰ :- d. ল’ডষ্ট’ন iv) চুম্বকৰ একেজাতীয় মেৰুৰ মাজতa….

বিদ্যুৎ | অধ্যায় 14 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়
| |

বিদ্যুৎ | অধ্যায় 14 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা i ) তলৰ কোনবিধ আহিলাই বিদ্যুৎ যােগান ধৰিব পাৰে?a. বৈদ্যুতিক কোষb. বাল্বc. তামৰ তাৰd. ইস্ত্রি উত্তৰ :- a. বৈদ্যুতিক কোষ ii ) বর্তনী এটা মুক্ত বা বন্ধ কৰিবলৈ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয়?a. বেটাৰিb. চুইচc. বাল্বd. প্লাগ উত্তৰ :- b. চুইচ iii ) বাল্ব এটাৰ ভিতৰত উজ্বলি উঠি পােহৰ বিলােৱা…

যাতায়ত-ব্যৱস্থা, দৈৰ্ঘ্যৰ জোখ আৰু গতি | অধ্যায় 13 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়
| |

যাতায়ত-ব্যৱস্থা, দৈৰ্ঘ্যৰ জোখ আৰু গতি | অধ্যায় 13 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা। i) তলত দিয়া এককবোৰৰ কোনটো দৈৰ্ঘ্যৰ ওকক নহয়?a) আঙুলb) ছেমি.c) ইঞ্চিd) ঘণ্টা উত্তৰ:- ঘণ্টা ii) তলত দিয়া এককবোৰৰ কোনটো মানক একক?a) মিটাৰb) আঙুলc) বেগেতd) হাত উত্তৰ:- মিটাৰ iii) এছ্ আই একক পদ্ধতিত দৈৰ্ঘ্যৰ এককa) ফুটb) ছেমি.c) মিটাৰd) কিল’মিটাৰ উত্তৰ:- মিটাৰ iv) 10 ছেমি. 4 মিমি. মানে-a) 10.4 ছেমি.b) 14 মিমি.c)…