আমাৰ কাপোৰ | অধ্যায়-6 | সপ্তম শ্ৰেণী | অসম জাতীয় বিদ্যালয়
প্রশ্ন 1 : শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) ঊণ সূতা উৎপাদনৰ সৈতে জড়িত ৰোগবিধৰ নাম হ’ল— (a) মেলেৰিয়া (b) এনথ্রাক্স (c) ডেংগি (d) এইড্ছ উত্তৰ :- (b) এনথ্রাক্স। (ii) আঁহ উলিয়াবলৈ লেটাবোৰ কেনেকুৱা পানীত উতলায় — (a) এছিডযুক্ত পানী(b) ক্ষাৰযুক্ত পানী।(c) কুঁৱাৰ পানী(d) বিশুদ্ধ পানী উত্তৰ :- (b) ক্ষাৰযুক্ত পানী। (iii) আজিকালি লেটাৰপৰা আঁহ উলিয়াবলৈ…