Assamese Grammar Question Eta sobdot praksh

এটা শব্দত প্ৰকাশ কৰা। অসমীয়া ব্যাকৰণৰ প্ৰশ্নোত্তৰ

  • যিয়ে কাঁহৰ বাচন গঁঢ়ে – কঁহাৰ
  • উপকাৰীৰ উপকাৰ স্বীকাৰ যিয়ে কৰে – কৃতজ্ঞ
  • যিজনে মাটিৰ বাচন গঢ়ে – কুমাৰ
  • সহজে লংঘন কৰিব নোৱাৰা – অলংঘ্য
  • বাটেৰে যোৱা মানুহ – বাটৰুৱা
  • গৃহৰ পৰা কৰিব পৰা উদ্যোগ – কুটীৰ শিল্প
  • মৰণ নাই যিজনৰ – আমৰণ
  • যাটোক পৰিহাৰ কৰিব নোৱাৰি – অপৰিহাৰ্য
  • ইন্দ্ৰিয় জয় কৰিব পাৰে যিজনে – জিতেন্দ্ৰয়
  • কোনো শত্ৰু নাই যিজনৰ – অজাতশত্ৰু
  • কঁঠালৰ সৰু কলি কোৱা হয় -মুচি
  • পনীয়া গাখীৰ দিয়া গাইগৰুক কয় – জলাহী
  • যিয়ে ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নকৰে – নাস্তিক
  • যিয়ে ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰে – আস্তিক
  • অৰ্থ নোহোৱা কথা- নিৰৰ্থক
  • এবাৰ গুটি লাগি মৰা গছক কয় – ঔষধি
  • কণীৰ পৰা জন্মে যি -অণ্ডজ
  • যিটো আগেয়ে হোৱা নাই। সেয়া – অভূতপূৰ্ব
  • একে ঘৰৰ শিষ্যক কয় – হৰিভকত
  • যিজনে উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে – কৃতঘ্ন
  • বিষ্ণৰ ভকত যি তেওঁক কয় – বৈষ্ণৱ
  • খাব পৰা কলৰ পুলিক কয় -পচলা
  • যাৰ একে মাতৃৰ গৰ্ভত জন্ম – যমজ
  • যিজনৰ ঘৰ বাৰী নাই তেওঁ – অঘৰী
  • যি শ্ৰেণীত একেলগে পঢ়ে যিজনে – সহপাঠী
  • যিটো মূল্য দি কিনিব নোৱাৰি – অমূল্য
  • পৰিত্যাগ কৰিব নোৱাৰি যি – অপৰিহাৰ্য
  • হঠাৎ বুদ্ধি উলিয়াব পৰা শক্তি – প্ৰত্যুৎপন্নমতি
  • ৰাতিপুৱাই যি নাম স্মৰণ কৰা উচিত – প্ৰাতঃস্মৰণীয়
  • ভেকুলীৰ সৰু পোৱালি – লালুকী
  • কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ –
  • চুহি খাব লগীয়া বস্তু –
  • ফুল নুফুলা, গুটি হোৱা গছ- বনস্পতি
  • শত্ৰুক জয় কৰে যিজনে – শত্ৰুঞ্জয়
  • ৰিপুক জয় কৰাজনক কয় – ৰিপুঞ্জয়
  • ধান থোৱা ঘৰক কোৱা হয় – ভঁৰাল
  • যিজনে মাছ-মাংস নাখায় তেঁও- নিৰামিষাহাৰী
  • ভিক্ষা কৰে যিজনে – ভিক্ষাৰী
  • যিজনে মাগি খায়- মগনীয়া
  • আনৰ বস্তু বলেৰে নিয়া মানুহ – ডকাইত
  • যিটো কথা জনা নাযায় -অজ্ঞাত
  • যিজনে কাৰো লগত ভালকৈ মিলিব নোৱাৰে- অজীন-পাতকী
  • দুই মাহৰ মাজৰ দিনটোক কয় – দোমাহী বা সংক্ৰান্তি
  • যি নিয়মমতে ব্যয় বা খৰচ কৰে – মিতব্যয়ী
  • যিজনে সঁচা কথা কয় তেওঁ – সত্যবাদী
  • যিজনৰ আগত জন্ম হৈছে তেওঁ – অগ্ৰজ
  • যিজন নিজে নিজে সৃষ্টি হয়- স্বয়ম্ভু
  • চুলি নাই যাৰ মুৰত তেওঁক কয় – তপা
  • যিজনৰ কোনো আশ্ৰয় নাই- নিৰাশ্ৰয়
  • যিজনে কথা লগাই ফুৰে- খলুৱা
  • যিজনে পৰিণামৰ কথা চিন্তা কৰি কাম কৰে-পৰিণামদৰ্শী

Similar Posts

2 Comments

  1. I waѕ suggested thiѕ website Ьy means οf myy cousin. I’m no lοnger positive
    wherher ⲟr not tһis put up is wrіtten through him as
    nobodу еlse recognize ѕuch distinctive аbout my trouble.
    Yoս’re incredible! Tһanks!

  2. Hi, Horacio Ruble thank you for your comment. This educational blog is designed for the student ( specially SEBA assam students. We also provide CBSE and class notes. you can read on our homepage

Leave a Reply

Your email address will not be published. Required fields are marked *